Перейти к содержимому

সাহিত্যৰ আঁৰত কি আছে? | কবি, Story Writer & Culturalistৰ সৈতে Special Conversation 🎙️

Shikhya (The Beyond)

0:00 / 0:00

সাহিত্যৰ আঁৰত কি আছে? | কবি, Story Writer & Culturalistৰ সৈতে Special Conversation 🎙️

1 223 просмотра · 10 дн. назад
Shikhya (The Beyond)
36 подписчиков
1 223 просмотра · 10 дн. назад
🎙️ Shikhya (The Beyond) | Assamese Podcast আজিৰ এই বিশেষ episode-ত আমি কথা পাতিছোঁ এগৰাকী কবি, গল্পকাৰ, প্ৰবন্ধ লেখক আৰু সাংস্কৃতিক কৰ্মীৰ সৈতে। সাহিত্য আৰু সংস্কৃতিৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত এগৰাকী সৃষ্টিশীল ব্যক্তিৰ জীৱন, সাহিত্য, অভিজ্ঞতা, চিন্তা আৰু সাংস্কৃতিক যাত্ৰাৰ বিভিন্ন দিশৰ বিষয়ে আজি আমি জানিবলৈ চেষ্টা কৰিছোঁ। এই কথোপকথনত আমি আলোচনা কৰিছোঁ— ✍️ কবিতা আৰু গল্প লিখাৰ অভিজ্ঞতা 📖 সাহিত্যৰ প্ৰতি আগ্ৰহ আৰু যাত্ৰা 📝 প্ৰবন্ধ লিখাৰ অভিজ্ঞতা 🎭 সংস্কৃতি আৰু সমাজৰ সৈতে সম্পৰ্ক 🌱 জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু সংগ্ৰাম 💭 সাহিত্য আৰু সংস্কৃতিক লৈ তেওঁৰ চিন্তা যদি আপুনি Assamese Podcast, Assamese Literature, Assamese Poetry, Assamese Story, Assamese Writer, Assamese Cultural Discussion আৰু Meaningful Conversations ভাল পায়, তেন্তে এই episodeটো নিশ্চয় চাব। Ananta Academy Jalah Facebook Link-   / 19ungnvfyg   Comtact No- 9101183291 ভিডিঅ'টো ভাল লাগিলে 👍 Like কৰক, 💬 Commentত আপোনাৰ মতামত জনাওক আৰু 🔄 Share কৰিবলৈ নাপাহৰিব। 🔔 এনে ধৰণৰ আৰু meaningful conversationsৰ বাবে Shikhya (The Beyond) Subscribe কৰক। Shikhya (The Beyond) Beyond the Talk, Beyond the Experience. #AssamesePodcast #AssameseLiterature #AssamesePoetry #AssameseWriter #AssameseStory #AssameseInterview #AssamPodcast #ShikhyaTheBeyond #assameseculture ...