এদিনত ইলেক্ট্ৰিক অটো চলাই কিমান Income? 💰|| গুৱাহাটীত ইলেক্ট্ৰিক অটো চলাই এদিনত কিমান উপাৰ্জন? 😱
Auto Wala Creator
0:00 / 0:00
এদিনত ইলেক্ট্ৰিক অটো চলাই কিমান Income? 💰|| গুৱাহাটীত ইলেক্ট্ৰিক অটো চলাই এদিনত কিমান উপাৰ্জন? 😱
377 просмотров · 2 мес. назад
Auto Wala Creator
164 подписчика
377 просмотров · 2 мес. назад
এই ভিডিঅ’টোত মই দেখুৱাইছোঁ এদিন ইলেক্ট্ৰিক অটো চলাই Uber + Rapido ৰ পৰা কিমান Average Income হয়। 🚖💰
পুৱা পৰা সন্ধিয়ালৈকে কিমান ঘণ্টা অটো চলালোঁ, কিমানটা trip পালোঁ আৰু দিনটোৰ শেষত মুঠ কিমান উপাৰ্জন হ’ল—সকলো detail এই ভিডিঅ’টোত শ্বেয়াৰ কৰিছোঁ।
ভিডিঅ’টো ভাল লাগিলে Like 👍 | Comment 💬 | Share 🔄 | Subscribe ❤️ কৰিবলৈ নাপাহৰিব।
#ElectricAuto #Uber #Rapido #Income #AssameseVlog #DailyVlog #AutoDriver #ElectricAutoGuwahati