Перейти к содержимому

ভিক্টৰ দাস আজি NKTV PLUSৰ ষ্টুডিঅ’ত

NKTV PLUS

0:00 / 0:00

ভিক্টৰ দাস আজি NKTV PLUSৰ ষ্টুডিঅ’ত

115 092 просмотра · 1 г. назад
NKTV PLUS
832 тыс. подписчиков
115 092 просмотра · 1 г. назад
ৰাজ্যজুৰি চলিছে এতিয়া নিযুক্তিৰ পোহাৰ এবছৰতে ১ লাখক নিবনুৱাক চৰকাৰে দিলে চাকৰি আৰু অধিক সংখ্যকক নিযুক্তিৰ বাবে যো-জা চৰকাৰৰ অক্টোবৰত ৯,০৭৫টা স্নাতক, স্নাতকোত্তৰ শিক্ষকৰ নিযুক্তি ৫,৫৫০টা প্রাথমিক, মধ্য ইংৰাজী শিক্ষক পদতো হ’ব নিযুক্তি ১০ অক্টোবৰত নিযুক্তি-পত্ৰ বিতৰণ কৰা হ’ব বুলি মন্তব্য CMৰ প্ৰস্তাৱিত বাজেটত ১,৬০,০০০ নিযুক্তি দিয়াৰ লক্ষ্য চৰকাৰৰ শেহতীয়া ADREত গ্ৰেড ৩ত অৱতীৰ্ণ হৈছিল ১৮.৫ লাখ প্রাৰ্থী গ্রেড-৪ৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১৩.৭ লাখ প্রাৰ্থী ১২,৬০০ পদবীৰ নিযুক্তিৰ বাবে হৈছিল ADR পৰীক্ষা নিবনুৱাৰ হাহাকাৰৰ মাজত স্বস্তিৰ খবৰ আনিছে নিযুক্তিয়ে চৰকাৰে দাবী কৰিছে নিযুক্তি হৈছে নিকা আৰু ত্রুটিপূৰ্ণ কিন্তু নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে আহিছে বহু অশুভ খবৰ দুৰ্নীতিৰ বজাৰে নিযুক্তিৰ পোহাৰ গ্রাস কৰাৰ অভিযোগ শিক্ষকৰ পৰা আৰক্ষীলৈ সকলো নিযুক্তিতে খেলিমেলিৰ অভিযোগ চৰকাৰৰ সৎ উদ্দেশ্য পৰিণত হ’ব নেকি বুমেৰাঙত? ’২৬ৰ নিৰ্বাচনত এই নিযুক্তিয়ে কি প্রভাৱ পেলাব পাৰে? নিৰ্বাচনৰ লক্ষ্য ৰাখিয়েই চৰকাৰে দিছে নেকি নিযুক্তি? কিয় ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি হৈছে নিযুক্তি প্ৰক্ৰিয়াত? সবিশেষ আলোচনা মছফিকাৰ সৈতে ‘60 মিনিটছ’ত