ঘৰৰ দায়িত্ব পালনৰ বাবেই মহানগৰীৰ ৰাজপথত এগৰাকী যুৱতীৰ জীৱন সংগ্ৰাম
NKTV PLUS
0:00 / 0:00
ঘৰৰ দায়িত্ব পালনৰ বাবেই মহানগৰীৰ ৰাজপথত এগৰাকী যুৱতীৰ জীৱন সংগ্ৰাম
27 660 просмотров · 3 дня назад
NKTV PLUS
827 тыс. подписчиков
27 660 просмотров · 3 дня назад
▶️ ঘৰৰ দায়িত্ব পালনৰ বাবেই মহানগৰীৰ ৰাজপথত এগৰাকী যুৱতীৰ জীৱন সংগ্ৰাম। গভীৰ নিশালৈ থমকি নৰয় স্কুটী। সুৰক্ষাৰ ভয়, ৰাতিৰ অন্ধকাৰ সকলো নেওচি নিশাও Delivery দিয়ে ইন্দ্ৰানীয়ে। আজি আপোনালোকক চিনাকি কৰাই দিম Zomato Delivery Girl ইন্দ্ৰানী মণ্ডলৰ সৈতে। ইন্দ্ৰানীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে চকুলো সেমেকাব আপোনাৰ।