সকলো ভক্তই জানিবলগীয়া কথা—ভগৱানক কি অৰ্পণ কৰিলে তেওঁ সন্তুষ্ট হয়? ভাগৱত ব্যাখ্যা । ৰিজু পাঠক
Assamese Cultural Canvas
0:00 / 0:00
সকলো ভক্তই জানিবলগীয়া কথা—ভগৱানক কি অৰ্পণ কৰিলে তেওঁ সন্তুষ্ট হয়? ভাগৱত ব্যাখ্যা । ৰিজু পাঠক
29 354 просмотра · 4 недели назад
Assamese Cultural Canvas
73,1 тыс. подписчиков
29 354 просмотра · 4 недели назад
ভগৱানক আচলতে কি অৰ্পণ কৰিলে তেওঁ সন্তুষ্ট হয়? ধন-সম্পদ, সোন-ৰূপ নে ভক্তিৰে ভৰা অন্তৰ?
এই ভাগৱত ব্যাখ্যাত ৰিজু পাঠকে ভাগৱতৰ আলোচনাৰ জৰিয়তে ব্যাখ্যা কৰিছে—ভগৱানে কোনটো অৰ্পণ আটাইতকৈ প্ৰিয় বুলি গ্ৰহণ কৰে আৰু কিয় আন্তৰিক ভক্তিৰ মূল্য সকলোতকৈ বেছি। যদি আপুনিও ভগৱানক সন্তুষ্ট কৰিব বিচাৰে আৰু শাস্ত্ৰৰ প্ৰকৃত শিক্ষা জানিব বিচাৰে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাওক।
ভিডিঅ'টো ভাল লাগিলে Like, Share আৰু Subscribe কৰি আমাৰ সৈতে থাকিব। আপোনাৰ মতামত Comment কৰি জনাবলৈ নাপাহৰিব।
🙏 হৰি বোল | ৰাধে কৃষ্ণ | জয় শ্ৰীকৃষ্ণ