Перейти к содержимому

মৰম নে পইচা? সম্পৰ্ক এটা টিকি থাকিবলৈ আচলতে কিহৰ প্ৰয়োজন? | Assamese Motivational Video

Xobdo Anurag

0:00 / 0:00

মৰম নে পইচা? সম্পৰ্ক এটা টিকি থাকিবলৈ আচলতে কিহৰ প্ৰয়োজন? | Assamese Motivational Video

514 просмотров · 6 дней назад
Xobdo Anurag
471 подписчик
514 просмотров · 6 дней назад
এটা সম্পৰ্ক টিকি থাকিবলৈ কেৱল মৰম বা টকা-পইচাই যথেষ্ট নে? সম্পৰ্ক এটাক জীৱনৰ শেষলৈকে ধৰি ৰাখিবলৈ আটাইতকৈ বেছি প্ৰয়োজন হয় ইজনে সিজনৰ প্ৰতি দায়িত্ববোধ (Responsibility)। ​দায়িত্ববোধ মানে কেৱল বজাৰ কৰা বা বিল পৰিশোধ কৰাই নহয়, সংগীৰ মৌনতা বুজি পোৱা আৰু কঠিন সময়ত হাতখন টানকৈ ধৰি কাষত থিয় দিয়া। যদি ভিডিওটো আপোনাৰ হৃদয় স্পৰ্শ কৰে, তেন্তে এটা Like আৰু Share নিশ্চয় কৰিব। ​Voice & Narration: Xobdo Anurag Script & Visuals: Xobdo Anurag ​Follow & Subscribe for more emotional stories, poetry, and voiceover videos. ​ ​#AssameseVoiceover #RelationshipTips #ResponsibilityInLove #AssamesePoetry #EmotionalVoiceover #LifeLessons #XobdoAnurag #HeartTouching