📌 কাৰ্যবাহী সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ সৈতে ‘চৰকাৰ কাৰ’
News Live
0:00 / 0:00
📌 কাৰ্যবাহী সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ সৈতে ‘চৰকাৰ কাৰ’
26 410 просмотров · 5 месяцев назад
News Live
3,33 млн подписчиков
26 410 просмотров · 5 месяцев назад
📌 পূৰ্বৰ সকলো অভিলেখ থানবান কৰি অসমত সৰ্বাধিক ভোট
📌 ৫ বজালৈ অসমত ৮৫ শতাংশৰ ভোট, আৰু বাঢ়িব সংখ্যা
📌 দলগাঁৱত সৰ্বাধিক ৯৪.৫৭%, নিউ গুৱাহাটীত সৰ্বনিম্ন ৭১.২৭%
📌 মিঞা অধ্যুষিত সমষ্টিৰ সমানে সমানে খিলঞ্জীয়া সমষ্টিতো ভোট
📌 প্ৰতিকূল বতৰকো নেওচি হিলদল ভাঙি ভোটাৰৰ শাৰী
📌 আগতে বেছি ভোট হ’লে প্ৰতিষ্ঠান বিৰোধী ঢৌ
📌 এইবাৰ ব্যাপক জনাদেশৰ অৰ্থ কি?
📌 ওলট-পালট হ’ব নেকি দিছপুৰৰ গাদী?
📌 নে অধিক মজবুত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ স্থিতি?
📌 কাৰ্যবাহী সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ সৈতে ‘চৰকাৰ কাৰ’
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: http://newslivetv.com/