আজি দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Pratidin Time
0:00 / 0:00
আজি দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
968 просмотров · 6 часов назад
Pratidin Time
2,67 млн подписчиков
968 просмотров · 6 часов назад
আজি দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁৱলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বঙাইগাঁৱত কেইবাটাও কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ। নৱনিৰ্মিত বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে। ৰাইজৰ সেৱাত উৎসৰ্গিত কৰিব বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়।
#PratidinTime #Bongaigaon #HimantaBiswaSarma