4টা Habit যিয়ে তোমাৰ Focus আৰু জীৱন সম্পূৰ্ণ সলনি কৰিব! | Student Motivation Assamese
XYZ Phukon
0:00 / 0:00
4টা Habit যিয়ে তোমাৰ Focus আৰু জীৱন সম্পূৰ্ণ সলনি কৰিব! | Student Motivation Assamese
4 просмотра · 2 недели назад
XYZ Phukon
12 подписчиков
4 просмотра · 2 недели назад
তুমি জানেনে, সফল ছাত্ৰ-ছাত্ৰীৰ দিনটো তোমাৰ দৰেই ২৪ ঘণ্টাৰ! পাৰ্থক্যটো সময়ত নহয়, তেওঁলোকৰ অভ্যাসত। এই ভিডিঅ'টোত মই কৈছোঁ ৫টা Simple কিন্তু Powerful Habit, যিয়ে তোমাৰ পঢ়া-শুনাৰ ফোকাছ, প্ৰডাক্টিভিটি আৰু আত্মবিশ্বাস সম্পূৰ্ণকৈ সলনি কৰি পেলাব।
এই ভিডিঅ'টোত তুমি শিকিবা:
✅ সঠিক টোপনিয়ে কেনেকৈ তোমাৰ মগজুৰ Memory Power বঢ়ায়
✅ 5-4-3-2-1 Rule ব্যৱহাৰ কৰি Procrastination দূৰ কৰাৰ উপায়
✅ Dopamine Detox আৰু ছচিয়েল মিডিয়াৰ নিয়ন্ত্ৰণ
✅ Study কৰোঁতে কিয় Headphone/Loud Music Avoid কৰিব লাগে
✅ প্ৰাকৃতিক পোহৰ আৰু বতাহে কেনেকৈ মন সতেজ ৰাখে
✅ ৩-ধাপৰ Daily Routine যিয়ে তোমাক প্ৰতিদিনে আগবঢ়াই নিব
যদি তুমি Student, Exam Preparation কৰি আছা, বা Self Improvement/Productivity বিচাৰি আছা, তেন্তে এই ভিডিঅ'টো তোমাৰ বাবেই। শেষলৈকে চাবা, আৰু কমেন্টত জনাবা কোনটো Habit আজিয়েই তুমি Start কৰিব বিচাৰা!
Like, Share আৰু Subscribe কৰি আমাৰ পৰিয়ালৰ অংশ হোৱা — নতুন Motivational আৰু Study Tips ভিডিঅ' পাবলৈ 🔔 Notification Bell অন কৰি থোৱা ।
#AssameseMotivation #StudentMotivationAssamese #SelfImprovementAssamese #StudyTipsAssamese #AssameseSelfHelp #ProductivityAssamese #MotivationalVideoAssamese #FocusTips #StudyHacks #AssameseYoutuber #StudentLifeAssamese #ExamMotivation #DailyHabits #SuccessMindset #AssameseVlog #অসমীয়া_মোটিভেচন #পড়াশুনা_tips
subscriber-1