Guwahati || ব্যস্ত পথত গাড়ী ৰখাই টোপনি গ'ল চালক! প্ৰায় ৩০ মিনিট সময় ধৰি চলিল শ্বাহৰুদ্ধকৰ পৰিৱেশ!
IndiaTodayNE Assam
0:00 / 0:00
Guwahati || ব্যস্ত পথত গাড়ী ৰখাই টোপনি গ'ল চালক! প্ৰায় ৩০ মিনিট সময় ধৰি চলিল শ্বাহৰুদ্ধকৰ পৰিৱেশ!
6 217 просмотров · 1 день назад
IndiaTodayNE Assam
259 тыс. подписчиков
6 217 просмотров · 1 день назад
সোমবাৰে নিশা গুৱাহাটীৰ গণেশগুৰিত শ্বাহৰুদ্ধকৰ পৰিৱেশ।
গাড়ী চালকৰ অদ্ভূত কাণ্ডত আচৰিত সকলো!
ট্ৰেফিক পইণ্টত পথৰ কাষতে গাড়ী ৰখাই টোপনি গ'ল চালক!
প্ৰথমে উপস্থিত সকলোৱে চালকজন অসুস্থ হোৱা বুলিয়েই ভাবিছিল!
দীঘলীয়া যান-যঁটৰ বাবে চালক জনক উদ্ধাৰৰ চেষ্টা কৰে উপস্থিত লোকে, কিন্তু চালকৰ নাই কোনো মাত-কথা
প্ৰায় ৩০ মিনিট সময় ধৰি চলিল এই শ্বাহৰুদ্ধকৰ পৰিৱেশ।
অৱশেষত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে চালকক।
#ganeshguri #guwahaticity #newsupdate #indiatodayneassam
Subscribe to IndiaTodayNE for NEW VIDEOS EVERY DAY and be sure to enable Push Notifications so you never miss an update!
All you have to do is PRESS THE BELL ICON next to the Subscribe button!
IndiaTodayNE is Northeast India’s leading news channel, bringing you the latest news videos on Politics, Business, Sports, Culture, Lifestyle, Travel, Entertainment, and much more.
Stay tuned for the latest updates and in-depth analysis of news from the Northeast and across India!
/ indiatodayne
/ indiatodayne
/ indiatodayne
https://www.indiatodayne.in/