ভূদেৱ ভৰালীৰ জীয়ৰীৰ স্পষ্ট দাবী... 'আমাক ডাইৰেক্ট ঘাটকজনৰ এনকাউণ্টাৰ লাগে
Pratidin Time
0:00 / 0:00
ভূদেৱ ভৰালীৰ জীয়ৰীৰ স্পষ্ট দাবী... 'আমাক ডাইৰেক্ট ঘাটকজনৰ এনকাউণ্টাৰ লাগে
67 494 просмотра · 10 ч назад
Pratidin Time
2,67 млн подписчиков
67 494 просмотра · 10 ч назад
ভূদেৱ ভৰালীৰ জীয়ৰীৰ স্পষ্ট দাবী...
'আমাক ডাইৰেক্ট ঘাটকজনৰ এনকাউণ্টাৰ লাগে, কেৱল JUSTICEতে সীমাৱদ্ধ নাথাকে যেন। আমাক বেলেগ একো নালাগে, আমাক বেলেগ একো সুধিবও নালাগে। খেদি খেদি কেনেদৰে মাৰিছিল সকলো প্ৰমাণ আছেই। যেনেদৰে আমাৰ পৰিয়ালৰ সকলোকে শেষ কৰি পেলাইছে তেনেদৰে সিও বাচি থাকিব নালাগে। মোৰ পৰিয়ালৰ মানুহখিনিক হাস্পতাললৈ যাবই নিদিলে তাতেই মাৰি পেলালে...'
#PratidinTime #AssamNews #assam #barpeta