Перейти к содержимому

গীতা পঢ়িব লাগে নে কেৱল ৰঙা কাপোৰেৰে মেৰিয়াই থ'ব লাগে? | ভাগৱত ব্যাখ্যা | ৰণ্টু শ‌ইকী‌য়া | Gita

বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল

0:00 / 0:00

গীতা পঢ়িব লাগে নে কেৱল ৰঙা কাপোৰেৰে মেৰিয়াই থ'ব লাগে? | ভাগৱত ব্যাখ্যা | ৰণ্টু শ‌ইকী‌য়া | Gita

3 586 просмотров · 23 ч назад
বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল
5,34 тыс. подписчиков
3 586 просмотров · 23 ч назад
গীতা শাস্ত্ৰ ঘৰত আনি পঢ়িব লাগে নে কেৱল ৰঙা কাপোৰেৰে মেৰিয়াই থৈ দিব লাগে? গীতা পঢ়া আৰু ঘৰত ৰখাৰ বিষয়ে সমাজত থকা বিভিন্ন ধাৰণা আচলতে কিমান সত্য? এই ভিডিঅ’টোত ভাগৱত ব্যাখ্যাকাৰ ৰণ্টু শইকীয়া বাপে গীতা শাস্ত্ৰৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা সহজ-সৰলভাৱে ব্যাখ্যা কৰিছে। গীতা কেৱল পূজা কৰি থোৱাৰ বিষয় নে ইয়াৰ জ্ঞান অধ্যয়ন কৰি জীৱনত প্ৰয়োগ কৰাটোহে মূল কথা—জানিবলৈ ভিডিঅ’টো সম্পূৰ্ণকৈ চাওক। 🙏 ভিডিঅ’টো ভাল লাগিলে Like, Comment আৰু Share কৰিবলৈ নাপাহৰিব। #গীতা #ভাগৱতগীতা #গীতাশাস্ত্ৰ #গীতাৰজ্ঞান #ভাগৱতব্যাখ্যা #ৰণ্টুশ‌ইকীয়া #ধৰ্মীয়জ্ঞান #আধ্যাত্মিকজ্ঞান #সনাতনধর্ম #হিন্দুধর্ম #শাস্ত্ৰৰকথা #অসমীয়াভক্তি #AssameseBhakti #BhagavadGita #Gita #BhagavatKatha #SanatanDharma