বানাক্রান্তৰ মাজৰ পৰা আজিৰ ‘অভিমত’, মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
Pratidin Time
0:00 / 0:00
বানাক্রান্তৰ মাজৰ পৰা আজিৰ ‘অভিমত’, মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
208 471 просмотр · 2 недели назад
Pratidin Time
2,66 млн подписчиков
208 471 просмотр · 2 недели назад
১৯-২০ দিন ধৰি পানীৰ তলত তেওঁলোকৰ ঘৰবোৰ
কোনোবা আছে আত্মীয়ৰ ঘৰত, কোনোবা আছে এতিয়াও বান শিবিৰত
চৰকাৰী ঘোষণা মতে ফিল্ডত কামবোৰ হৈছেনে?
বানাক্রান্ত ৰাইজে পাবলগীয়া সা-সুবিধাবোৰ পাইছেনে সঠিক ৰূপত?
বিধায়ক, মন্ত্রী, সাংসদ, মুখ্যমন্ত্রী কোনেও ঢুকি নোপোৱা একাংশ বানাক্রান্ত
যাৰ মনত আছে ক্ষোভ, অসন্তুষ্টি আৰু বুকুভৰা বিষাদ
ফিল্ডত কথাবোৰ কিন্তু অলপ বেয়া হৈ থকা নাই...
ভবাতকৈয়ো বহু বেছি বেয়া হৈ আছে বহুতত
বানাক্রান্তৰ মাজৰ পৰা আজিৰ ‘অভিমত’
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #assam #ABHIMAT