চকুৰ সন্মুখতে চহা কৃষকৰ সপোনৰ খেতি ডৰা বন্যহস্তীয়ে নষ্ট কৰিছে
NB News
0:00 / 0:00
চকুৰ সন্মুখতে চহা কৃষকৰ সপোনৰ খেতি ডৰা বন্যহস্তীয়ে নষ্ট কৰিছে
543 просмотра · 23 ч назад
NB News
654 тыс. подписчиков
543 просмотра · 23 ч назад
এফালে যদি কাতি বিহুক লৈ ৰাজ্যজুৰি উৎসাহ, উদ্দীপনা আনফালে আকৌ চহা কৃষক সকলৰ চকুত চকুলো। চহা কৃষকৰ সপোনৰ খেতি ডৰা বন্যহস্তীয়ে নষ্ট কৰিছে চকুৰ সন্মুখত। কিয়নো চামগুৰিৰ বিভিন্ন অঞ্চলত এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱ।
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews