Перейти к содержимому

এজন দৰিদ্ৰ কাঠকটীয়াই লাভ কৰিলে নাগলোকৰ ৰাজকন্যা | #Assamesestory #Assamesekahini #storyvideo

𝐀𝐒𝐒𝐀𝐌𝐄𝐒𝐄 𝐆𝐀𝐋𝐋𝐄𝐑𝐘 - 𝐓𝐡𝐞 𝐒𝐭𝐨𝐫𝐲 𝐇𝐨𝐮𝐬𝐞

0:00 / 0:00

এজন দৰিদ্ৰ কাঠকটীয়াই লাভ কৰিলে নাগলোকৰ ৰাজকন্যা | #Assamesestory #Assamesekahini #storyvideo

12 301 просмотр · 9 дней назад
𝐀𝐒𝐒𝐀𝐌𝐄𝐒𝐄 𝐆𝐀𝐋𝐋𝐄𝐑𝐘 - 𝐓𝐡𝐞 𝐒𝐭𝐨𝐫𝐲 𝐇𝐨𝐮𝐬𝐞
42 тыс. подписчиков
12 301 просмотр · 9 дней назад
নাগ কুৱঁৰীৰ ৰহস্য — এয়া এজন সৎ, দয়ালু আৰু পৰিশ্ৰমী যুৱক ৰাজেনৰ এক অলৌকিক কাহিনী। এদিন অৰণ্যৰ মাজত জুইত আৱদ্ধ হৈ থকা এটা সেন্দূৰীয়া সাপক ৰাজেনে নিজৰ জীৱনৰ কথা নাভাবি উদ্ধাৰ কৰে। কিন্তু তেওঁ নাজানিছিল যে সেই সাপটোৱেই আছিল পাতালপুৰীৰ নাগকোঁৱৰ! নাগকোঁৱৰৰ আমন্ত্ৰণত ৰাজেন উপস্থিত হয় ৰহস্যময় পাতালপুৰীত। তাতেই তেওঁৰ জীৱনলৈ আহে নাগৰাজৰ কন্যা নাগ কুৱঁৰী। কিন্তু নাগ কুৱঁৰীৰ সৈতে বিবাহৰ পিছত ৰাজেনৰ সন্মুখত আহে এক কঠিন চৰ্ত। কাতি মাহৰ অমাৱস্যাৰ নিশা নাগ কুৱঁৰীয়ে পুখুৰীলৈ কিয় যায়? তেওঁৰ আচল পৰিচয় কি? ৰাজেনে সেই ৰহস্য জানি কি কৰিলে? আৰু অৱশেষত সঁচা প্ৰেমে পাৰিলেনে নাগ কুৱঁৰীক পুনৰ ঘূৰাই আনিবলৈ? এই সম্পূৰ্ণ কাহিনীটোত আছে ৰহস্য, অলৌকিকতা, প্ৰেম, অনুতাপ, সাহস আৰু নৈতিক শিক্ষা। [🔎Keywords] Assamese story Assamese moral story Assamese folklore story Assamese fairy tale নাগ কুৱঁৰীৰ সাধু নাগ কুৱঁৰীৰ কাহিনী নাগ কুৱঁৰী ৰাজেন আৰু নাগ কুৱঁৰী নাগৰাজৰ কাহিনী পাতালপুৰীৰ কাহিনী অসমীয়া সাধু অসমীয়া সাধু কাহিনী অসমীয়া ৰূপকথা অসমীয়া নৈতিক কাহিনী অসমীয়া লোককাহিনী Assamese Rupkotha Assamese Sadhu Assamese Golpo Assamese Story Magical Assamese Story Snake Princess Story Nag Kanya Story Assamese Fantasy Story Assamese Folklore #️⃣ Hashtags #AssameseStory #AssameseFolklore #অসমীয়াসাধু #নাগকুৱঁৰী #অসমীয়াকাহিনী #AssameseMoralStory #AssameseRupkotha #AssameseGolpo #নাগৰাজ #অসমীয়াৰূপকথা