Перейти к содержимому

'আবেলি'/Episode-1/অসমীয়া উপন্যাস /ইন্দ্ৰানী শৰ্মা /Abeli/Indrani Sharma /Assamese/Novel

Kripa's library

0:00 / 0:00

'আবেলি'/Episode-1/অসমীয়া উপন্যাস /ইন্দ্ৰানী শৰ্মা /Abeli/Indrani Sharma /Assamese/Novel

30 552 просмотра · 2 г. назад
Kripa's library
6,1 тыс. подписчиков
30 552 просмотра · 2 г. назад
আবেলি /Episode-1 অসমীয়া উপন্যাস /ইন্দ্ৰানী শৰ্মাৰ উপন্যাস /Abeli /Indrani Sharma /Assamese Novel সকলো কাহিনী প্ৰেমৰ নহয়,ত্যাগৰ নহয় বিৰহ বা মিলনৰো নহয় । কিছুমান কাহিনী কেবল অনুভৱৰ..... কেতিয়াবা এমুঠি আদৰৰ ভোকৰ এসাঁজ ভাতৰ মৰমৰ এষাৰ মাতৰ কিছুমান কাহিনী গছ সাৱটি ফুৰা আবেলিহঁতৰ আবেলিক সামৰি ৰখা অৰুন্ধতীহঁতৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগতো অকৃত্ৰিম আৱেগেৰে ভৰপুৰ আগানহঁতৰ কিছুমান কাহিনী কেৱল ভালপোৱাৰে ভৰপূৰ মানুহবোৰৰ 'আবেলি'ও ঠিক তেনে এটি কাহিনী_