প্ৰশস্ত হ’ল অসমত সম নাগৰিক সংহিতা বা UCC কাৰ্যকৰীৰ পথ
PRATHAM KHABAR 24x7
0:00 / 0:00
প্ৰশস্ত হ’ল অসমত সম নাগৰিক সংহিতা বা UCC কাৰ্যকৰীৰ পথ
110 просмотров · 18 часов назад
PRATHAM KHABAR 24x7
71,6 тыс. подписчиков
110 просмотров · 18 часов назад
প্ৰশস্ত হ’ল অসমত সম নাগৰিক সংহিতা বা UCC কাৰ্যকৰীৰ পথ ৷ ইতিমধ্যে বিধানসভাত গৃহিত The Uniform Civil Code, Assam, 2026ত প্ৰয়োজনীয় অনুমোদন জনাইছে ৰাষ্ট্ৰপতি দৌপদী মূমুৱে৷ বিধানসভাত যোৱা ২৭ মে’ত গৃহীত UCCত ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰাৰ ফলত বিবাহ, বিবাহ-বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ-ইনৰ দৰে ব্যক্তিগত বিষয়ত উমৈহতীয়া আইনী ব্যৱস্থা প্ৰৱৰ্তনৰ পথ মুকলি হ’ল। এই আইন কাৰ্কৰী হোৱাৰ লগে লগে অসমত নিষিদ্ধ হ’ব বহুবিবাহ৷ বাধ্যতামূলক হ’ব বিবাহ, বিবাহ-বিচ্ছেদৰ পঞ্জীয়ন৷ সমান্তৰালভাবে বাধ্যতামূলক হ’ব লিভ-ইন সম্পৰ্কৰ পঞ্জীয়নো৷ এই আইন অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত লিভ-ইনৰ পঞ্জীয়ন নকৰিলে সন্মুখীন হ’ব লাগিব শাস্তিৰ৷ বহুবিবাহৰ ক্ষেত্ৰত সৰ্বাধিক শাস্তি হ’ব পাৰে ৭ বছৰৰ কাৰাদণ্ড৷
Follow us on Facebook: @prathamkhabar24x7
Follow us on Instagram: @prathamkhabartv
Follow us on Twitter: @khabar_pratham
Our Website: https://prathamkhabartv.com
#prathamkhabar24x7
#prathamkhabartv
#prathamkhabarnews
#prathamkhabarbreaking
#prathamkhabar