জুবিন ক্ষেত্রত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গৰ গুৰুত্বপূৰ্ণ মন্তব্য
Pratidin Time
0:00 / 0:00
জুবিন ক্ষেত্রত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গৰ গুৰুত্বপূৰ্ণ মন্তব্য
7 540 просмотров · 5 часов назад
Pratidin Time
2,67 млн подписчиков
7 540 просмотров · 5 часов назад
জুবিন ক্ষেত্রত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গৰ গুৰুত্বপূৰ্ণ মন্তব্য। 'আমি সকলোৱে শান্তিপূৰ্ণভাৱে ন্যায় ব্যৱস্থাৰ ওপৰত আশা ৰাখি অপেক্ষা কৰিলো'। 'মুখ্যমন্ত্রীয়ে সদনত ঘোষণা কৰিছিল জুবিন গাৰ্গক হত্যা কৰা বুলি'। 'ইয়াৰ পিছতে আমি বিশ্বাসী হৈছিলো যে জুবিন গাৰ্গক হত্যাৰ উচিত প্রমাণ আছে'। 'পানী নসৰকা অভিযোগনামা দাখিল কৰাৰ কথা উল্লেখ কৰা হৈছিল'। 'মূল অভিযুক্ত এগৰাকী কেনেকৈ ওলাই আহিব পাৰিলে'। 'অমৃতপ্রভা মহন্তই বহু ভিডিঅ’ প্রস্তুত কৰিছিলে'। 'সেই ভিডিঅ’ টেম্পাৰিং কৰা হৈছিলে নেকি'? 'আমাৰ ঘৰৰ মানুহৰ প্রতিও প্রাণৰ ভাবুকি আহিব'। 'অভিযোগনামা যদি ইমানে শক্তিশালী আছিল কেনেকৈ ওলাই আহিল'? জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান গৰিমা শইকীয়াৰ।
#pratidintime #garimasaikiagarg #zubeengarg