গান্ধী জয়ন্তীৰ দিনাৰ পৰাই দেশৰ ৰাজপথলৈ ওলাব বিৰোধী দলসমূহ।
Pratidin Time
0:00 / 0:00
গান্ধী জয়ন্তীৰ দিনাৰ পৰাই দেশৰ ৰাজপথলৈ ওলাব বিৰোধী দলসমূহ।
4 633 просмотра · 21 час назад
Pratidin Time
2,67 млн подписчиков
4 633 просмотра · 21 час назад
ভোটচুৰি আৰু CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে দেশজোৰা আন্দোলন ঘোষণা কংগ্রেছ নেতৃত্বাধীন বিৰোধী জোঁট ইণ্ডি এলায়েন্সৰ। গান্ধী জয়ন্তীৰ দিনাৰ পৰাই দেশৰ ৰাজপথলৈ ওলাব বিৰোধী দলসমূহ। জ্ঞানেশ কুমাৰৰ পদত্যাগ অথবা অপসাৰণ নোহোৱা পৰ্যন্ত দীঘলীয়া আন্দোলন ঘোষণা ইণ্ডি এলায়েন্সৰ।
#PratidinTime #Indiaalliance