কাতিৰ সন্ধিয়া | eTalent Music
eTalent Music
0:00 / 0:00
কাতিৰ সন্ধিয়া | eTalent Music
4 280 просмотров · 5 дн. назад
eTalent Music
4,47 тыс. подписчиков
4 280 просмотров · 5 дн. назад
কাতিৰ সন্ধিয়া, তুলসীৰ তলত এগছি চাকি আৰু বুকুত এমুঠি আশা… 🪔
আইৰ প্ৰাৰ্থনা, পিতাইৰ পৰিশ্ৰম আৰু সোণালী আঘোণৰ সপোনেৰে সজোৱা আমাৰ গীত “কাতিৰ সন্ধিয়া ঐ”। কাতি বিহুৰ এই পৱিত্ৰ ক্ষণত প্ৰতিখন ঘৰত মংগল হওক, কৃষকৰ সপোন ফলিয়াওক।
• কাতিৰ সন্ধিয়া | eTalent Music
🎵 গীত: কাতিৰ সন্ধিয়া
✍️ গীতৰ ৰচনা: চন্দন কলিতা
📺 উপস্থাপনা: eTalent MUSIC
🎶 Music & Vocals: AI-Assisted Creative Production
© eTalent MUSIC. All Rights Reserved.
গীতটো ভাল লাগিলে Like আৰু Share কৰিব। নতুন গীত শুনিবলৈ eTalent Music চেনেলটো Subscribe কৰিব।
আপোনালোকৰ ঘৰত কাতি বিহু কেনেকৈ পালন কৰে? মন্তব্যত জনাব।
#কাতিৰসন্ধিয়াঐ #কাতিবিহু #KatiBihu #KatiBihuSong #AssameseSong #KongaliBihu #eTalentMusic