Перейти к содержимому

দেহৰক্ষীৰ দৰে এদল অধিবক্তাই নিৰাপত্তা দিলে অমৃতপ্ৰভাক।

Pratidin Time

0:00 / 0:00

দেহৰক্ষীৰ দৰে এদল অধিবক্তাই নিৰাপত্তা দিলে অমৃতপ্ৰভাক।

15 449 просмотров · 7 часов назад
Pratidin Time
2,67 млн подписчиков
15 449 просмотров · 7 часов назад
ফাষ্টট্ৰেক আদালতত আজিও হাজিৰ হৈছে অমৃতপ্ৰভা মহন্ত। আদালতৰ নিৰ্দেশনা অনুসৰি ফাষ্টট্ৰেক আদালতত হাজিৰ। দেহৰক্ষীৰ দৰে এদল অধিবক্তাই নিৰাপত্তা দিলে অমৃতপ্ৰভাক। মন্তব্য আৰু ভিজুৱেল লোৱাত বাধা অমৃতপ্ৰভাৰ অধিবক্তাৰ। আঙুলি জোকাৰি সাংবাদিকক ধমক অধিবক্তা আনন ভূঞাৰ। সবিশেষ চাওক আমাৰ এক প্ৰতিবেদন। #PratidinTime #AssamNews #ZubeenGarg #JusticeForZubeenGarg