Перейти к содержимому

Bhora Barishar Bane ( ভৰা বাৰিষাৰ বানে ) - by Bhupen Hazarika.

αѕѕαмєѕє σℓ∂ ѕσηgѕ (অসমীয়া পুৰণি গীত )

0:00 / 0:00

Bhora Barishar Bane ( ভৰা বাৰিষাৰ বানে ) - by Bhupen Hazarika.

42 268 просмотров · 4 года назад
αѕѕαмєѕє σℓ∂ ѕσηgѕ (অসমীয়া পুৰণি গীত )
357 тыс. подписчиков
42 268 просмотров · 4 года назад
Bhora Barishar Bane ( ভৰা বাৰিষাৰ বানে ) - by Bhupen Hazarika./ Lyrics and Melody by Bhupen Hazarika / Song was written in 1954. / Lyrics of the song : ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও পাৰতে উচুপি কান্দে দুখীয়াৰ ছাও ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ বানপানীয়ে ঘৰৰ চালে পানী কাটি নিয়ে আহুধানৰ আলিটিৰ ভেটা ভাঙি দিয়ে ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ নাতি-পুতিক আঁকোৱালি বুঢ়ীআয়ে কান্দে অ’ হুদুটিয়ে গছে আগত ভেটি মাটি খুন্দে ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ খেৰৰ পঁজাৰ চালকেখন উটি উটি যায় অ’ তাতে বহি চিলনীয়ে কিবা নাম গায় ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ হেজাৰ হেজাৰ খেতিয়কৰ পথাৰ বুৰি গ’ল এ’ গাঁৱৰে কঠীয়াতলীৰ সপোন ভাগি গ’ল ৷ ভৰা বাৰিষাতে, ভৰা বাৰিষাতে ৷৷ ভূপেন হাজৰিকা