Перейти к содержимому

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দীপাৱলী উদযাপন

Pratidin Time

0:00 / 0:00

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দীপাৱলী উদযাপন

370 просмотров · 1 ч назад
Pratidin Time
2,67 млн подписчиков
370 просмотров · 1 ч назад
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দীপাৱলী উদযাপন , ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত পোহৰৰ উৎসৱ পালন । চাকি জ্বলাই, আটছবাজি ফুটাই পালন কৰে দীপাৱলী। উপস্থিত থাকে ভাৰতীয় জনতা মহিলা মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী পূৰবী ৰয়, লগতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া...আমাৰ এক প্ৰতিবেদন। #PratidinTime #AssamNews #assam #bjp #Diwali