Перейти к содержимому

যুৱ প্ৰজন্মক লৈ এঞ্জেলা চাংমাইৰ প্ৰেৰণাদায়ক ভাষণ।Angela Chanmai speech at Nazira.

Assamesemixxer01

0:00 / 0:00

যুৱ প্ৰজন্মক লৈ এঞ্জেলা চাংমাইৰ প্ৰেৰণাদায়ক ভাষণ।Angela Chanmai speech at Nazira.

2 074 просмотра · 7 дн. назад
Assamesemixxer01
344 подписчика
2 074 просмотра · 7 дн. назад
শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ উদ্যোগত আৰু দোপদৰ আঞ্চলিক শাখাৰ আতিথ্যত গায়ন গাঁও বৰ নামঘৰত অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ মুকলি সভা। এই সভাত বিশিষ্ট যুৱ বক্তা তথা সাংবাদিক এঞ্জেলা চাংমাইয়ে যুৱ প্ৰজন্মৰ মাজত আধ্যাত্মিকতাৰ গুৰুত্ব, সাংসাৰিক জীৱনত ধৰ্মচৰ্চা আৰু গুৰুজনাৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত এক প্ৰেৰণাদায়ক আৰু হৃদয়স্পৰ্শী ভাষণ প্ৰদান কৰে। সমগ্ৰ ভাষণটোৱে আজিৰ যুৱ প্ৰজন্মক আধ্যাত্মিক দিশত সঠিক পথ প্ৰদৰ্শন কৰাৰ লগতে আমাৰ জাতীয় সংস্কৃতিৰ শিপাডাল টানকৈ ধৰি ৰখাত বিশেষ বার্তা দিয়ে। #AngelaChangmai #SankardevMahotsav #Nazira #AssameseSpeech #SpiritualMotivation #GayenGoanBarnamghar