ধুবুৰীৰ আদানিৰ প্ৰকল্পৰ পৰা কি পাব অসমে?
The CrossCurrent
0:00 / 0:00
ধুবুৰীৰ আদানিৰ প্ৰকল্পৰ পৰা কি পাব অসমে?
1 502 просмотра · 16 часов назад
The CrossCurrent
360 тыс. подписчиков
1 502 просмотра · 16 часов назад
ধুবুৰীৰ আদানিৰ প্ৰকল্পৰ পৰা কি পাব অসমে? আদানিৰ তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত ঘোষণা মুখ্যমন্ত্ৰীৰ। কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পূর্বেই সংবাদ মাধ্যমত বিস্ফোৰক তথ্য। আদানিৰ পৰা দৰকাৰতকৈ বেছি বিদ্যুৎ ক্ৰয়ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ অসম চৰকাৰ। ব্যৱহাৰ কৰিব নোৱাৰা বিদ্যুৎৰ নামত আদানিক দিব ১২,৫০০ কোটি! কিন্তু আদানিৰ পৰা বর্ধিত পৰিমাণৰ বিদ্যুৎ কিনিব কিয় অসমে? ৰিপ’টার্ছ কালেক্টিভৰ প্ৰতিবেদনত ফাদিল হৈছিল বিস্ফোৰক তথ্য।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews