দীপাৱলীৰ পিছৰ পৰাই এই ৪টা ৰাশিৰ জিলিকিব ভাগ্য / Diwali 2026 / Rashifal 2026 / Assamese Video
Shewali Das
0:00 / 0:00
দীপাৱলীৰ পিছৰ পৰাই এই ৪টা ৰাশিৰ জিলিকিব ভাগ্য / Diwali 2026 / Rashifal 2026 / Assamese Video
557 просмотров · 3 ч назад
Shewali Das
12 тыс. подписчиков
557 просмотров · 3 ч назад
দীপাৱলীৰ পিছৰ পৰাই এই ৪টা ৰাশিৰ জিলিকিব ভাগ্য / Diwali 2026 / Rashifal 2026 / Assamese Video
#diwali #diwali2026 #rashifal #assamese #video
নমস্কাৰ প্ৰিয় দৰ্শক
মই শেৱালী আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। ২০২৬ চনৰ দীপাৱলীত প্ৰায় ১০০ বছৰৰ পিছত সৃষ্টি হ'বলৈ গৈ আছে এক বিশেষ কুবেৰ ৰাজযোগ। জ্যোতিষীয় বিশ্বাস অনুসৰি, এই শুভ যোগৰ প্ৰভাৱত ৪টা ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আহিব পাৰে সুখ, সমৃদ্ধি আৰু আৰ্থিক উন্নতিৰ নতুন সম্ভাৱনা।
এই ভিডিঅ'টোত জানিব পাৰিব ২০২৬ চনৰ দীপাৱলী কেতিয়া পালন কৰা হ'ব? মা লক্ষ্মী আৰু ভগৱান কুবেৰৰ পূজাৰ শুভ সময় কেতিয়া? কুবেৰৰ ৰাজযোগৰ শুভ প্ৰভাৱ কোন ৪টা ৰাশিৰ ওপৰত পৰিব? শুভ যোগৰ সুফল লাভ কৰিবলৈ কি কি কৰিব পাৰে?
ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা Like কৰিব আৰু লগতে যদি আপুনি আমাৰ চেনেলটোত প্ৰথম বাৰৰ বাবে আহিছে তেন্তে চেনেলটো Subscribe কৰিবলৈ নাপাহৰিব।
ধন্যবাদ 🙏
#diwalispecial
#diwalivibes
#laxmi
#laxmipuja
#kuber
#rashifal2026
#today
#astrology
#astronomy
#horoscope
#devotional
#motivation
#motivational
#quotes
#vastu
#vastutips
#vastushastra