দশম শ্ৰেণীৰ ভাৰতীয় সংস্কৃতি | অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
The Paul Lens
0:00 / 0:00
দশম শ্ৰেণীৰ ভাৰতীয় সংস্কৃতি | অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
63 просмотра · 1 дн. назад
The Paul Lens
559 подписчиков
63 просмотра · 1 дн. назад
দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ অতি গুৰুত্বপূৰ্ণ অধ্যায় ভাৰতীয় সংস্কৃতিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ এই ভিডিঅ'টোত সহজ আৰু সৰল ভাষাত বুজাই দিয়া হৈছে।
📚 এই ভিডিঅ'টোত তোমালোকে পাবা:
✅ অনুশীলনীৰ সকলো প্ৰশ্নৰ উত্তৰ।
✅ সহজ ভাষাত প্ৰশ্নোত্তৰৰ ব্যাখ্যা।
✅ পৰীক্ষাৰ বাবে উপযোগী আৰু সম্পূৰ্ণ নম্বৰ লাভৰ লক্ষ্যৰে প্ৰস্তুত কৰা উত্তৰ।
দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভিডিঅ'টো যথেষ্ট সহায়ক হ'ব বুলি আশা কৰিছোঁ।
ভিডিঅ'টো ভাল লাগিলে Like, Share আৰু Channelটো Subscribe কৰিবলৈ নাপাহৰিবা।
#Class10 #IndianCulture #SEBA