মেট্ৰিক পৰীক্ষা ২০২৭ | মাত্ৰ ৩ মাহ বাকী! ৬টা Study Tips যিয়ে তোমাৰ প্ৰস্তুতি সহজ কৰিব
The Paul Lens
0:00 / 0:00
মেট্ৰিক পৰীক্ষা ২০২৭ | মাত্ৰ ৩ মাহ বাকী! ৬টা Study Tips যিয়ে তোমাৰ প্ৰস্তুতি সহজ কৰিব
409 просмотров · 3 дн. назад
The Paul Lens
559 подписчиков
409 просмотров · 3 дн. назад
মেট্ৰিক পৰীক্ষা ২০২৭-লৈ মাত্ৰ ৩ মাহ বাকী! 📚
এতিয়াও পঢ়া আৰম্ভ কৰা নাই নেকি? মোবাইল, আড্ডা, চেটিং আৰু আন কামৰ মাজতে পঢ়াৰ সময় পাৰ হৈ গৈছে?
এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিছোঁ ৬টা সহজ আৰু practical study tips, যিবোৰ মানি চলিলে তোমাৰ পৰীক্ষাৰ প্ৰস্তুতি অধিক ভালদৰে কৰিব পাৰিবা।
ভিডিঅ'টোত থাকিব:
📌 মেট্ৰিক পৰীক্ষাৰ বাবে কেনেকৈ পঢ়া আৰম্ভ কৰিবা
📌 কম সময়ত syllabus cover কৰাৰ উপায়
📌 Study routine কেনেকৈ বনাবা
📌 মোবাইল আৰু distraction কেনেকৈ কমাবা
📌 Revision আৰু exam preparation tips
📌 নিজৰ অভিজ্ঞতাৰ পৰা কিছু advice আৰু funny moments
এই ভিডিঅ'টো বিশেষকৈ HSLC 2027 / Class 10 students-ৰ বাবে।
ভিডিঅ'টো শেষলৈকে চোৱা আৰু তোমাৰ বন্ধুসকলৰ লগতো share কৰা, যাতে সকলোৱে সময় থাকোঁতেই পঢ়া আৰম্ভ কৰিব পাৰে।
#HSLC2027 #MetricExam2027 #StudyTips #AssameseEducation #Class10