Перейти к содержимому

জুবিন গাৰ্গ জীৱনৰ পৰা গানলৈ এক বিশাল সত্ত্বা

Anuranan Hridoyor Spondon

0:00 / 0:00

জুবিন গাৰ্গ জীৱনৰ পৰা গানলৈ এক বিশাল সত্ত্বা

3 525 просмотров · 1 месяц назад
Anuranan Hridoyor Spondon
3,56 тыс. подписчиков
3 525 просмотров · 1 месяц назад
জুবিন গাৰ্গ নাম নহয়, সংগীতৰ এক মনোৰম অনুষ্ঠান যাৰ কণ্ঠত বৰষে, অমৃতৰ সুৰ। যাৰ গীত শুনি, তন্দাৰতৰ তন্দ্ৰা ভাগে, জুবিন গাৰ্গ অসমীয়া সংগীত জগতৰ এক মাইলৰ খুটি। সংগীতেই জুবিন গাৰ্গৰ সংগ্ৰামৰ এক অস্ত্ৰ। শিল্পী জনে বুকুৰ মাজত, সন্তৰ্পণে সাচি ৰাখে, এটি শিশুসুলভ মন। বন্ধুৰ মাজতো তেওঁৰ এক সুকীয়া ইমেজ। এইবাৰৰ অনুৰণনৰ মজিয়াত এগৰাকী শিল্পী বন্ধুৱে ক'ব, অন্তৰংগ বন্ধু, জুবিন গাৰ্গৰ কথা আমাৰ অতিথি মানস জ্যোতি বৰা ( বুবু) জুবিন গাৰ্গৰ বাল্য বন্ধু সংগীত পৰিচালক সংগীত ব্যৱস্থাপক উজনি অসমৰ প্ৰথম ডিজিটেল ৰেকৰ্ডিং ষ্টুডিঅ অডিঅ' ৱৰ্ল্ডৰ স্বতাধিকাৰ। মনমৰমী মহন্তৰ সৈতে #ZubeenGargMemories #ZubeenGargSongs #MusicOfAssam #AssameseMusic #AssameseArtist #AudioWorld #মনমৰমীমহন্ত #Assam #AssameseCulture