মনমৰমী মহন্তৰ সৈতে বিশিষ্ট সংগীত শিল্পী ডঃ অনিমা চৌধুৰী
Anuranan Hridoyor Spondon
0:00 / 0:00
মনমৰমী মহন্তৰ সৈতে বিশিষ্ট সংগীত শিল্পী ডঃ অনিমা চৌধুৰী
2 246 просмотров · 2 дня назад
Anuranan Hridoyor Spondon
3,56 тыс. подписчиков
2 246 просмотров · 2 дня назад
সংগীত আৰু সমাজ জীৱন
ইটো সিটোৰ সৈতে
এৰাব নোৱাৰাকৈ জড়িত।
সমাজৰ প্ৰতিটো স্তৰতে
সংগীতৰ এক গভীৰ আৰু
শক্তিশালী প্ৰভাৱ আছে।
সংগীতৰ জড়িয়তে এটা
প্ৰজন্মৰ পৰাআনটো প্ৰজন্মলৈ
লোককথা ইতিহাস আৰু
নীতি শিক্ষা বাগৰি যায়।
সংগীত হৈছে মানৱ
জীৱনৰ দাপোন স্বৰূপ।
সংগীতেৰে প্ৰতিজন শ্ৰোতাৰ
হৃদয় চুই যোৱা
বিশিষ্ট সংগীত শিল্পী
গৱেষক তথা শিক্ষাবিদ
ডঃ অনিমা চৌধুৰী
অনুৰণনৰ মজিয়াৰ
আমন্ত্ৰিত অতিথি
মনমৰমী মহন্তৰ সৈতে