Перейти к содержимому

লাডাখৰ পৰা যন্তৰ মন্তৰলৈ, ৱাংচুক দম্পতীৰ আন্দোলনৰ আঁৰৰ অনেক কাহিনী পোহৰলৈ

Pratidin Time

0:00 / 0:00

লাডাখৰ পৰা যন্তৰ মন্তৰলৈ, ৱাংচুক দম্পতীৰ আন্দোলনৰ আঁৰৰ অনেক কাহিনী পোহৰলৈ

2 342 просмотра · 9 часов назад
Pratidin Time
2,67 млн подписчиков
2 342 просмотра · 9 часов назад
সাদিন-প্ৰতিদিন গোষ্ঠীৰ ‘দ্য কনক্লেভ’ৰ মঞ্চত উপবিষ্ট হৈ প্ৰচলিত শিক্ষা ব্যৱস্থাকে ধৰি ৰাজনৈতিক ধ্যান-ধাৰণাৰ ওপৰত কেতবোৰ চিত্তাকৰ্ষক প্ৰসংগ উত্থাপন কৰিলে দেশৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী সোনম ৱাংচুক আৰু তেওঁৰ পত্নী গীতাঞ্জলি আংম’ৱে। প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীয়ে আঁত ধৰা আলোচনা সত্ৰত অংশ লৈ আমিৰ খানকো কটাক্ষ সোনম ৱাংচুকৰ। লাডাখৰ পৰা যন্তৰ মন্তৰলৈ, ৱাংচুক দম্পতীৰ আন্দোলনৰ আঁৰৰ অনেক কাহিনী পোহৰলৈ আহিল এই আলোচনা সত্ৰৰ পৰাই। #TheConclave2026 #PratidinConclave #Pratidinmedianetwork #PratidinTime #SonamWangchuk