১নং বাটাছাৰা চ'কত শ্ৰী শ্ৰী শনি মন্দিৰৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে 🙏 |
Debabrat Vlogs
0:00 / 0:00
১নং বাটাছাৰা চ'কত শ্ৰী শ্ৰী শনি মন্দিৰৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে 🙏 |
119 просмотров · 4 дн. назад
Debabrat Vlogs
132 подписчика
119 просмотров · 4 дн. назад
জয় শ্ৰী শনি দেৱ 🙏
১ নং বাটাছৰা চকত শ্ৰী শ্ৰী শনি মন্দিৰৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অতি উলহ-মালহেৰে উদযাপন কৰা হয়। এই পৱিত্ৰ অনুষ্ঠানত হিমাশ্ৰী ৰাজবংশীয়ে সুন্দৰ নাম পৰিৱেশন কৰি সকলোৰে মন মুহি নিয়ে।
ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে Like, Comment, Share আৰু মোৰ YouTube Channel Debabrat Vlogs টো Subscribe কৰিবলৈ নাপাহৰিব। ❤️
আপোনালোকৰ মৰম আৰু আশীৰ্বাদ কামনা কৰিলোঁ। 🙏 #assamesevlog #assamvlog #travelvlog #vlog