বিজ্ঞানী ৰুবুল মাউতৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ (An interview with scientist Rubul Mout)
Gonit Sora
0:00 / 0:00
বিজ্ঞানী ৰুবুল মাউতৰ সৈতে এটি আছুতীয়া সাক্ষাৎকাৰ (An interview with scientist Rubul Mout)
35 556 просмотров · 5 л. назад
Gonit Sora
1,83 тыс. подписчиков
35 556 просмотров · 5 л. назад
আমি যদি শ্ৰেষ্ঠ অসমীয়া বিজ্ঞানীসকলৰ এখন তালিকা প্ৰস্তুত কৰোঁ, তেন্তে ৰুবুল মাউতৰ (Rubul Mout) নাম সেই তালিকাত নিশ্চিতকৈ সোমাই পাৰিব। কেৱল অসমীয়া বিজ্ঞানী বুলিয়েই নহয়, সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত বিজ্ঞান জগতত তেওঁ এটি স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত এক গৱেষণা-কৰ্মত জড়িত হৈছে। ‘মোৰো এটা সপোন আছে’ শীৰ্ষক গ্ৰন্থখনেৰে অসমীয়া পাঠকক মুগ্ধ কৰা এই বিজ্ঞানীজনৰ সৈতে ‘গণিত চ’ৰা’ত এটি আলাপ আয়োজন কৰা হৈছে।