Перейти к содержимому

দীপাৱলীৰ দিনা এই ভুলটো আপুনিও কৰি আছে নেকি? | ভাগৱত ব্যাখ্যা | মাধুৰ্য্য বৰা বাপ | Bhagavat

Incredible Assam

0:00 / 0:00

দীপাৱলীৰ দিনা এই ভুলটো আপুনিও কৰি আছে নেকি? | ভাগৱত ব্যাখ্যা | মাধুৰ্য্য বৰা বাপ | Bhagavat

1 626 просмотров · 4 ч назад
Incredible Assam
93,5 тыс. подписчиков
1 626 просмотров · 4 ч назад
🪔 দীপাৱলীৰ দিনা আপুনিও এই ভুলটো কৰি আছে নেকি? দীপাৱলী কেৱল চাকি-বন্তি জ্বলোৱা বা পোহৰৰ উৎসৱ পালন কৰাই নেকি? দীপাৱলীৰ প্ৰকৃত তাৎপৰ্য কি? এই পৱিত্ৰ দিনটোত আমি কি কৰা উচিত আৰু কি ভুলৰ পৰা আঁতৰি থকা উচিত? এই সকলোবোৰ গুৰুত্বপূৰ্ণ কথা আজিৰ এই ভাগৱত ব্যাখ্যাত মাধুৰ্য্য বৰা বাপৰ মুখেৰে জানিবলৈ চেষ্টা কৰিছোঁ। 🙏 সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু আপোনাৰ মতামত Comment কৰি জনাওক। #দীপাৱলী #Diwali2026 #ভাগৱতব্যাখ্যা #দীপাৱলী2026 #Diwali #Dipawali #BhagavatKatha #BhagavatByakhya #মাধুৰ্য্যবৰাবাপ #SanatanDharma #HinduDharma #HinduFestival #DiwaliSpecial #SpiritualKnowledge #AssameseBhakti #AssameseVideo #Bhakti #ReligiousVideo