চীনে সঁচাকৈয়ে বন্ধ কৰিবনে ব্ৰহ্মপুত্ৰৰ পানী? 😱 অসমীয়াৰ অস্তিত্বৰ সংকট!
Suman Baishya
0:00 / 0:00
চীনে সঁচাকৈয়ে বন্ধ কৰিবনে ব্ৰহ্মপুত্ৰৰ পানী? 😱 অসমীয়াৰ অস্তিত্বৰ সংকট!
688 просмотров · 2 месяца назад
Suman Baishya
18 подписчиков
688 просмотров · 2 месяца назад
চীনে সঁচাকৈয়ে বন্ধ কৰিবনে ব্ৰহ্মপুত্ৰৰ পানী? 😱 অসমীয়াৰ অস্তিত্বৰ সংকট!
অসম শুকুৱাই পেলাব চীনে? ড্ৰেগনৰ ভয়ংকৰ "জল-বোমা"ৰ মাষ্টাৰপ্লেন!
লুইতৰ পানী বন্ধ কৰিলে ভাৰতে কি কৰিব? China vs India Water War Explained.
এই ভিডিঅ'টোত আমি সহজ অসমীয়াত বুজাইছোঁ— 🌊 চীনে সঁচাকৈয়ে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিব পাৰে নেকি? 🏗️ চীনৰ Mega Dam Project কি? 🇮🇳 ভাৰতৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? 🌾 অসমৰ কৃষি, মানুহৰ জীৱন আৰু অৰ্থনীতি কিমান বিপদত পৰিব পাৰে? ⚖️ আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি চীনৰ হাতত কিমান ক্ষমতা আছে? 🌍 India vs China Water War-ৰ বাস্তৱ সত্য কি?
এই ভিডিঅ'টো শেষলৈ চাওক, কাৰণ ইয়াত আমি গুজৱ আৰু বাস্তৱ তথ্যৰ মাজৰ পাৰ্থক্যও সহজ ভাষাত বুজাইছোঁ।
👍 ভিডিঅ'টো ভাল লাগিলে Like কৰক। 💬 আপোনাৰ মতামত Commentত জনাওক। 🔔 Geopolitics, বিশ্বৰ খবৰ, Defence, Technology আৰু International Affairs সম্পৰ্কীয় এনে ভিডিঅ' চাবলৈ Channelটো Subscribe কৰি Bell Icon অন কৰি ৰাখিব।
ধন্যবাদ। ❤️
#IndiaVsChina #Brahmaputra #WaterWar #ChinaDam #Assam #Geopolitics #IndiaChina #WorldNews #Assamese #BrahmaputraRiver #China #India #NewsExplained #WaterCrisis #AssamNews