THE মনCAST (EP 19)- মহাভাৰতঃ কথা নৱভাৰতৰ (Episode-03) II Mahabharat II Karna II Punam Gogoi
DD News Assamese
0:00 / 0:00
THE মনCAST (EP 19)- মহাভাৰতঃ কথা নৱভাৰতৰ (Episode-03) II Mahabharat II Karna II Punam Gogoi
4 116 просмотров · 1 месяц назад
DD News Assamese
527 тыс. подписчиков
4 116 просмотров · 1 месяц назад
📌মহাভাৰতৰ অন্যতম চৰিত্ৰ কৰ্ণৰ পৰা আধুনিক সমাজৰ নৱপ্ৰজন্মই লাভ কৰা আটাইতকৈ ডাঙৰ বাৰ্তাটো কি?
📌প্ৰতিখন সমাজে কৰ্ণ একোজন সৃষ্টি কৰে নেকি?
📌কৰ্ণৰ দৰে আমিও সুযোগ আৰু স্বীকৃতিৰ বাবে কিয় দৌৰি থাকোঁ?
📌সুযোগ আৰু স্বীকৃতিয়ে আমাৰ ভাগ্য নিৰ্দ্ধাৰণ কৰে নেকি?
📌শ্ৰেণী বিভাজন, সামাজিক পৰিচয় এতিয়াও দক্ষতাৰ উৰ্দ্ধত নেকি?
📌কৰ্ণৰ সৈতে কিয় আমি এতিয়াও আৱেগিক সংযোগ অনুভৱ কৰোঁ?
📌বহু কষ্ট কৰিও সুযোগৰ পৰা বঞ্চিত হ'ব লগা হ'লে প্ৰলোভনে আমাক গ্ৰাস কৰে নেকি?
📌যদিও দানবীৰ, মহাবীৰ কৰ্ণ তথাপিও দ্ৰৌপদীক কৰা অপমানৰ বাবে কৰ্ণক ইতিহাসে কিদৰে সুঁৱৰে?
📌'মহাভাৰতঃ কথা নৱভাৰত' ছিৰিজৰ তৃতীয় খণ্ডত কৰ্ণ চৰিত্ৰ বিশ্লেষণ প্ৰাক্তন প্ৰশাসনিক বিষয়া, শিক্ষয়িত্ৰী, জনপ্ৰিয় Content Creator পুনম গগৈৰ৷
@punamgogoiofficial
#themoncast #Mahabharat #PunamGogoi #Karna #MirrorToModernity #AIera #IndianPhilosophy #Dharma #Leadership #Ethics #TimelessWisdom #hinduism #sanatani #sanatandharma #IndianCulture #culture #kurukshetra #DharmaYudh #divine #mythology #indianmythology #MonCAST #AssamesePodcast #podcast #assam #assamese #ddnewsassamese #ddnewsassam
Mahabharata relevance today, Mahabharata in Al age, Karna, Punam Gogoi, Krishna strategist of dharma, Draupadi justice and resistance, Karna identity struggle, Bhishma silence ethics, Shakuni political manipulation, dharma vs power, epic and modern politics, Mahabharata and artificial intelligence, moral conflicts in Mahabharata, leadership lessons from Mahabharata, Krishna strategy in Kurukshetra, power and ego in Mahabharata, timeless truths of Mahabharata, Mahabharata and modern society, mythology and modern world, ethical dilemmas in leadership, Indian epic philosophy, Mahabharata mirror to modernity, dharma in contemporary world, Mahabharata and media trials, strategic thinking in Mahabharata, relevance of Mahabharata today