Перейти к содержимому

আজি দাদাৰ পকেট কাটি মোবাইল চুৰি কৰিলে | ফুলা লুচিৰ পৰা অমিতা খাৰলৈ - Daily Vlog

Sangita's Village Vlog & Cooking

0:00 / 0:00

আজি দাদাৰ পকেট কাটি মোবাইল চুৰি কৰিলে | ফুলা লুচিৰ পৰা অমিতা খাৰলৈ - Daily Vlog

1 191 просмотр · 4 нед. назад
Sangita's Village Vlog & Cooking
258 подписчиков
1 191 просмотр · 4 нед. назад
নমস্কাৰ বন্ধু বান্ধবী সকল 🙏 আজিৰ ভিডিঅ'টোত মোৰ দৈনন্দিন ৰুটিনৰ লগতে এটা বৰ বেয়া ঘটনা শ্বেয়াৰ কৰিছোঁ। আজি মোৰ দাদাৰ পেন্টৰ পকেট কাটি কোনোবাই মোবাইল ফোনটো চুৰি কৰি লৈ গ'ল। কেনেকৈ কি হ'ল সকলোখিনি ভিডিঅ'ত কৈছোঁ। আপোনালোকো বজাৰত, ভিৰৰ মাজত অলপ সাৱধান হ'ব 🙏 আজিৰ ভিডিঅ'ত: ☀️ ৰাতিপুৱা: ফুলা লুচি আৰু আলু ভাজি 🌞 দুপৰীয়া: ভাত, অমিতা খাৰ, পটল ভাজি 😢 শেষত: দাদাৰ মোবাইল চুৰিৰ ঘটনাটো ভিডিঅ'টো শেষলৈকে চাব আৰু সাৱধান হওক। #villagevlog #assamesefood #sangitasvillagevlog