বৰলীয়া মাছ, নেমুটেঙা আৰু নতুন চাইকেলৰ এটা দিন।
Sangita's Village Vlog & Cooking
0:00 / 0:00
বৰলীয়া মাছ, নেমুটেঙা আৰু নতুন চাইকেলৰ এটা দিন।
51 просмотр · 1 мес. назад
Sangita's Village Vlog & Cooking
258 подписчиков
51 просмотр · 1 мес. назад
আজি ৰাতিপুৱাই মানুহজনে বৰলীয়া মাছ আনিলে। ল'ৰাক ব্ৰেড-কণীৰ টিফিন বনাই, স্কুলত থৈ আহি দুপৰীয়াৰ ভাতৰ বাবে বৰলীয়া মাছ ভাজি, নেমুটেঙাৰ টেঙা জোল আৰু শাক ভাজি ৰান্ধিলোঁ।
আবেলি ৭:৩৭ বজাত ল'ৰাৰ বাবে নতুন চাইকেল আনিবলৈ গৈছিলোঁ আৰু আহোতে জেঠীমাকৰ ঘৰতো সোমালোঁ। মোৰ আজিৰ ব্যস্ত দিনটোৰ সৰু গল্প এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।
আজিৰ আটাইতকৈ ভাল মুহূৰ্ত 🥰
ল'ৰাৰ বাবে বহু দিনৰ পৰা বিচাৰি থকা নতুন চাইকেলখন অৱশেষত আনিলোঁ - Blue Black GANG চাইকেল 🚲। ল'ৰাই দেখিয়েই ইমান ফুৰ্তি পাইছে, পেকেটটোও খোলা নৌহওঁতেই ধৰি ফুৰিছে। কাষৰটো ভনীয়েকৰ পিংক চাইকেল। দুয়োটাই মিলি ঘৰখন ৰঙীন কৰি দিলে।
ভিডিঅ'টো চাই কেনে পালে কমেন্টত জনাব। ভাল লাগিলে Like, Share আৰু Sangita's Village Vlog & Cooking চেনেলটো Subscribe কৰিবলৈ নাপাহৰিব 🙏
#BoroliyaMaas #NemuTenga #AssameseRecipe #VillageCooking #NewCycle #GangCycle #AssameseMomLife #DailyVlog #VillageVlogAssam #GuwahatiVlog #MaaAruLora #SangitasVillageVlog