Перейти к содержимому

সোণাপুৰৰ নিউ চিটি ধাবাত একাংশ উদণ্ড যুৱকৰ উদ্ভণ্ডালি ,৯ বজাতে ধাবা বন্ধৰ সিদ্ধান্ত লৈছিল কৰ্তৃপক্ষই

Pratidin Time

0:00 / 0:00

সোণাপুৰৰ নিউ চিটি ধাবাত একাংশ উদণ্ড যুৱকৰ উদ্ভণ্ডালি ,৯ বজাতে ধাবা বন্ধৰ সিদ্ধান্ত লৈছিল কৰ্তৃপক্ষই

5 796 просмотров · 5 часов назад
Pratidin Time
2,66 млн подписчиков
5 796 просмотров · 5 часов назад
#graphiccontent সোণাপুৰৰ নিউ চিটি ধাবাত একাংশ উদণ্ড যুৱকৰ উদ্ভণ্ডালি ,৯ বজাতে ধাবা বন্ধৰ সিদ্ধান্ত লৈছিল কৰ্তৃপক্ষই ।কিন্তু তাৰ পাছতেই ধাবাখনৰ ৱাইন শ্বপ খুলিবলৈ দাবী যুৱকসকলৰ। পৰৱৰ্তীসময়ত ধাবাখনত আক্ৰমণ কৰে উদণ্ড যুৱকৰ দলটোৱে। শতাধিক যুৱকে সৃষ্টি কৰে এই পৰিৱেশৰ। ভাঙি লণ্ডভণ্ড কৰে ধাবাখন। সোণাপুৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। সবিশেষ এই প্ৰতিবেদনত #PratidinTime #AssamNews #assam #Sonapur