এটা জাতি যদি জীয়াই থাকিব লাগে, সেই জাতিৰ ভাষা সদায় সবল হ’ব লাগে- জয়ন্ত বৰুৱা
Pratidin Time
0:00 / 0:00
এটা জাতি যদি জীয়াই থাকিব লাগে, সেই জাতিৰ ভাষা সদায় সবল হ’ব লাগে- জয়ন্ত বৰুৱা
2 619 просмотров · 10 часов назад
Pratidin Time
2,66 млн подписчиков
2 619 просмотров · 10 часов назад
এটা জাতি যদি জীয়াই থাকিব লাগে, সেই জাতিৰ ভাষা সদায় সবল হ’ব লাগে... আমাৰ যিখিন জাতি-উপজাতি বিশেষকৈ ৰাভা, বড়ো, মিচিং, কাৰ্বি..., আমি অসমীয়া ভাষীসকলেও যাতে তেওঁলোকৰ ভাষাটো শিকিব পাৰো, তেওঁলোকৰ মাজত যাতে আমাৰ ভাষা আদান-প্ৰদান কৰিব পাৰো সেইটো কাৰণেই ‘হেমকোষৰ পৰিশিষ্ট’ শব্দকোষখন প্ৰকাশ কৰা হৈছেঃ ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ অধ্যক্ষ জয়ন্ত বৰুৱা
#PratidinTime #AssamNews #guwahati #hemkosh