Перейти к содержимому

দেশৰ নিকা আৰু স্বচ্ছ নিৰ্বাচন আয়োগৰ ভিতৰতে এতিয়া অস্বচ্ছতা!

The CrossCurrent

0:00 / 0:00

দেশৰ নিকা আৰু স্বচ্ছ নিৰ্বাচন আয়োগৰ ভিতৰতে এতিয়া অস্বচ্ছতা!

5 381 просмотр · 22 ч назад
The CrossCurrent
362 тыс. подписчиков
5 381 просмотр · 22 ч назад
দেশৰ নিকা আৰু স্বচ্ছ নিৰ্বাচন আয়োগৰ ভিতৰতে এতিয়া অস্বচ্ছতা! ২৭ পৃষ্ঠাৰ শপতনামাৰে নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ উচ্চতম ন্যায়ালয়ত। কিন্তু ফৰ্ম ৬ক লৈ দ্বৈত স্থিতিত নিৰ্বাচন আয়োগ। দুই নিৰ্বাচন আয়ুক্তৰ আপত্তিৰ উত্তৰ দিবলৈ অসমৰ্থ নিৰ্বাচন আয়োগ। নিজৰ দায়বদ্ধতা গা এৰা দিবলৈ শব্দৰ মেৰপেঁচত লিপ্ত হৈছে নেকি নিৰ্বাচন আয়োগ? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews