পত্নীক ঘৰত আবদ্ধ কৰি ৰাখি মানসিক ভাবে নি*ৰ্যাতন চলোৱাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।
N24 ASSAM
0:00 / 0:00
পত্নীক ঘৰত আবদ্ধ কৰি ৰাখি মানসিক ভাবে নি*ৰ্যাতন চলোৱাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।
10 564 просмотра · 13 часов назад
N24 ASSAM
21,6 тыс. подписчиков
10 564 просмотра · 13 часов назад
📌পত্নীক ঘৰত আবদ্ধ কৰি ৰাখি মানসিক ভাবে নি*ৰ্যাতন চলোৱাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।
📌 অংশুমান কলিতাৰ বিৰুদ্ধে পত্নীয়ে আনিছে এক গুৰতৰ অভিযোগ।
📌যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ঘৰত আবদ্ধ কৰি ৰখাৰ অভিযোগ স্বামী অংশুমান কলিতাৰ বিৰুদ্ধে।
📌অংশুমান কলিতা আৰু তেওঁৰ ভায়েকে মিলি এই কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকী।
📌 বঙাইগাঁৱত বোৱাৰী নিৰ্যাতনৰ ঘটনা
📌 চহৰৰ নিৱাসী অংশুমান কলিতাৰ বিৰুদ্ধে অভিযোগ পত্নীৰ