Перейти к содержимому

অৰ্থনৈতিক দুৰ্যোগৰ সময়ত ৰাজকোষৰ তলি উদং কৰি বিলাসিতা কৰিবলৈ বন্ধ কৰা নাই মন্ত্রী-বিধায়ক

Pratidin Time

0:00 / 0:00

অৰ্থনৈতিক দুৰ্যোগৰ সময়ত ৰাজকোষৰ তলি উদং কৰি বিলাসিতা কৰিবলৈ বন্ধ কৰা নাই মন্ত্রী-বিধায়ক

17 941 просмотр · 10 часов назад
Pratidin Time
2,67 млн подписчиков
17 941 просмотр · 10 часов назад
ঋণৰ বোজাত ককবকাই আছে ৰাজ্য। প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ গ্রহণ নকৰিলে ৰাজ্যত বিত্তীয় ব্যৱস্থা সম্পূৰ্ণ স্থবিৰ হৈ পৰাৰ আশংকা। ৰাজ্যৰ সামগ্রিক ঋণৰ পৰিমাণ এতিয়া ২ লাখ কোটি টকাতকৈয়ো অধিক। এনে পৰিস্থিতিত উজনিৰ বান বিধ্বস্তক ঘৰ এটা নিৰ্মাণ কৰি দিব পৰা অৱস্থাত নাই ৰাজ্য চৰকাৰ। কিন্তু ৰাজ্যৰ এনে অৰ্থনৈতিক দুৰ্যোগৰ সময়ত ৰাজকোষৰ তলি উদং কৰি বিলাসিতা কৰিবলৈ বন্ধ কৰা নাই মন্ত্রী-বিধায়ক। দিছপুৰৰ মন্ত্রী আবাসৰ এটি চৰকাৰী আৱাসৰ আভ্যন্তৰীণ সাজ-সজ্জাৰ বাবদে প্রায় ডেৰ কোটিৰ নিবিদা আহ্বান কৰিছে লোকনিৰ্মাণ বিভাগে। #Pratidintime #assam #Ministercolony