আদালত চৌহদৰ পিছদুৱাৰেদি পলায়ন কৰিলে প্ৰৱাসী অসমীয়া তন্ময় ফুকনে।
Pratidin Time
0:00 / 0:00
আদালত চৌহদৰ পিছদুৱাৰেদি পলায়ন কৰিলে প্ৰৱাসী অসমীয়া তন্ময় ফুকনে।
9 081 просмотр · 4 часа назад
Pratidin Time
2,67 млн подписчиков
9 081 просмотр · 4 часа назад
জুবিন হত্যাৰ সাক্ষ্য দি সংবাদ মাধ্যমৰ মুখামুখি হ’বলৈ সাহস নকৰি আদালত চৌহদৰ পিছদুৱাৰেদি পলায়ন কৰিলে প্ৰৱাসী অসমীয়া তন্ময় ফুকনে। অভিযোগ অনুসৰি আদালতত শ্যামকানু মহন্তৰ সপক্ষে সাক্ষ্য দিছিল তন্ময় ফুকনে। অসমৰ বিভিন্ন থানাত তন্ময় ফুকনৰ বিৰুদ্ধে দাখিল হৈছিল ৪০খনকৈ এজাহাৰ। এই প্ৰসংগ উত্থাপন হোৱাৰ ভয়তে সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিল প্ৰৱাসী অসমীয়া তন্ময় ফুকন।
#Pratidintime #zubeengarg #assam