ঘৰত সহজকৈ মমো বনোৱাৰ ৰেচিপি | chicken Momo Recipe in Assamese | How To Make Momo At Home
Julfa Siddika cooking
0:00 / 0:00
ঘৰত সহজকৈ মমো বনোৱাৰ ৰেচিপি | chicken Momo Recipe in Assamese | How To Make Momo At Home
268 просмотров · 10 дн. назад
Julfa Siddika cooking
112 подписчиков
268 просмотров · 10 дн. назад
ঘৰত সহজকৈ মম বনোৱাৰ ৰেচিপি 🥟 | Homemade chicken Momo Recipe
নমস্কাৰ বন্ধু-বান্ধৱী সকল, আজিৰ ভিডিঅ’টোত মই ঘৰতে দোকানৰ দৰে চিকেন মম কেনেকৈ বনাব পাৰি তাক দেখুৱাইছো। বাহিৰৰ দৰেই নৰম আৰু জুচি হৈছে, লগতে জলা মমৰ চাটনি।
ভিডিঅ’টো শেষলৈকে চাব, এটা লাইক কৰি দিব 🙏
▼ সামগ্ৰী (Ingredients) ▼
মমৰ বাবে:
ময়দা, নিমখ, তেল, পানী
ভিতৰৰ পুৰৰ বাবে:
মাংস, পিয়াজ, নহৰু, আদা, জলকীয়া, নিমখ, চয়া চচ
চাটনিৰ বাবে:
বিলাহী, শুকান জলকীয়া, নহৰু, নিমখ
👉 মোৰ Cooking Channel টো Subscribe কৰি দিব: [julfa siddika cooking]
#momorecipe #assamese #assameserecipe #assamesefood #julfasiddikacooking
---
momo recipe in assamese, gharat momo bonowa, veg momo recipe, assamese momo recipe, momo chutney recipe, homemade momo, easy momo recipe at home julfasiddika32@gmail.com