Перейти к содержимому

Bhupen Hazarika MOR MON JAAI মোৰ মন যায় বুদ্ধিজীৱীৰ Nirmalprava

Anjan Kumar Saikia

0:00 / 0:00

Bhupen Hazarika MOR MON JAAI মোৰ মন যায় বুদ্ধিজীৱীৰ Nirmalprava

74 864 просмотра · 11 лет назад
Anjan Kumar Saikia
107 тыс. подписчиков
74 864 просмотра · 11 лет назад
মোৰ মন যায় বুদ্ধিজীৱীৰ মিছা ভেমৰ ভুৱা সাজ খুলি পেলোৱাৰ মোৰ মন যায় সঙ্কোচ এৰি আজি বাটৰ বনুৱাৰ জীৱন লোৱাৰ .. মোৰ মন যায় দাৱনীজনীৰ যেন কাঁচিখন হওঁ মন যায় খেতিয়কৰ যেন নাঙল হওঁ মন যায় কান্ধতে যেন বিৰিয়া লওঁ আৰু মন যায় দূৰণিৰ গাঁৱৰে এখনি হাটতে খাৰুমণি বেচা জন নিজেই হোৱাৰ বৰ মন যায় মোৰ মন যায় লহপহ বাগিছাত এটি কলি দুটি পাত নিজেই ছিঙাৰ মোৰও মন যায় তপ্ত পথতো মই জীৱন ৰিক্সাখন নিজেই টনাৰ মোৰও মন যায় সুপ্ত নিশা খেদি জাগ্ৰত আজি এক সূৰ্য হোৱাৰ মোৰ মন যায় আন্ধাৰ আঁতৰাই জাগ্ৰত আজি এক সূৰ্য হোৱাৰ মোৰ মন যায় নি:স্ব দিশাহীন এইটো প্ৰহৰক পথ চিনোৱাৰ বৰ মন যায় ।। (কথা : নিৰ্মলপ্ৰভা বৰদলৈ সুৰ : মুকুল বৰুৱা শিল্পী : ভূপেন হাজৰিকা )