ৰজনীকান্তৰ ছবিত অভিনয়ৰ সপোন বাস্তৱত ৰূপায়িত হ'ল...
NKTV PLUS
0:00 / 0:00
ৰজনীকান্তৰ ছবিত অভিনয়ৰ সপোন বাস্তৱত ৰূপায়িত হ'ল...
5 201 просмотр · 6 часов назад
NKTV PLUS
832 тыс. подписчиков
5 201 просмотр · 6 часов назад
▶️ৰজনীকান্তৰ ছবিত অভিনয়ৰ সপোন বাস্তৱত ৰূপায়িত হ'ল, মই বহুত সুখী। ৫৬ দিন ধৰি জেইলাৰ ২ৰ বাবে শ্বুটিং হৈছিল। হায়দৰাবাদ, চেন্নাই আৰু গোৱাৰ শ্বুটিঙত অনন্য অভিজ্ঞতা হ'ল। ইয়াৰ লগতে চলমান খান অভিনীত মাতৃভূমি : মে ৱাৰ ৰেষ্ট ইন পিচ, প্ৰভাস অভিনীত ফৌজি, হৰ্ষবৰ্ধন অভিনীত চিলা আৰু জুনিয়ৰ এনটিআৰ অভিনীত ড্ৰেগনত শ্বুটিং সমাপ্ত কৰিলোঁ...শিৱসাগৰৰ ৩ যুৱক বৰুন বৰুৱা, দিগন্ত পাংগিং আৰু বিকিৰণ ফুকনে কেমেৰাৰ সন্মুখত বৰ্ণনা কৰিলে নিজৰ অভিজ্ঞতা।