আই পদ্মপ্ৰিয়া ।। AAI PADMAPRIYA ।। DIRECTED BY MOON JYOTI NATH & KANU KANDALI ।। A DOCUMANTARY FILM
B.M. Entertainment
0:00 / 0:00
আই পদ্মপ্ৰিয়া ।। AAI PADMAPRIYA ।। DIRECTED BY MOON JYOTI NATH & KANU KANDALI ।। A DOCUMANTARY FILM
4 468 просмотров · 3 недели назад
B.M. Entertainment
13,4 тыс. подписчиков
4 468 просмотров · 3 недели назад
এই তথ্যচিত্ৰখনি নিৰ্মানৰ উদ্দেশ্য হ'ল আই পদ্মপ্ৰিয়াৰ বিযয়ে যাতে অসমৰ সকলো ৰাইজে গম পাই কাৰন অসমৰ বহু মানুহে এতিয়াও আই পদ্মপ্ৰিয়াৰ বিষয়ে অজ্ঞাত । তেও কৰা ত্যাগ, তেওৰ ৰচনাৱলী, তেওৰ গীত সমূহ এতিয়াই ৰাইজৰ মাজত পূৰ্ণ স্বৃকীতি পোৱা নাই । গতিকে আই গৰাকীৰ বিষয়ে সকলোৱে বোধগম্য হওক বুলিহে এই প্ৰচেষ্ঠা হাতত লোৱা হৈছে । ইয়াত ৰৈ যোৱা ভূল ক্ৰতিৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী । ধন্যবাদ