Перейти к содержимому

JOUBONA - Bhaskar Opswel & Nibir X

BHASKAR OPSWEL

0:00 / 0:00

JOUBONA - Bhaskar Opswel & Nibir X

12 716 481 просмотр · 3 года назад
BHASKAR OPSWEL
702 тыс. подписчиков
12 716 481 просмотр · 3 года назад
JOUBONA - Bhaskar Opswel & Nibir X Composition and Music : Bhaskar Opswel Additional programming : Nibir X Lyrics : Bijit Pratim Deka Acoustic Guitar : Tiku Boro Bass : Bhagyajyoti Dutta Violin : Manjil Kumar Gogoi Mix and Mastering : Nibir X Special Thanks DXA,AARXSLAN,TAVREED #bhaskaropswel #joubona যৌৱন অধৰত তোমাৰ পৰশত জীপাল কৰি হিয়া আৱেগৰ পথাৰত হেঙুলী আভাসত উতনুৱা মন দলিচা তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!! অনুভৱী হৃদয়তে লাগি ৰোৱা আৱেগতে ভাবি ভাবি আঁকিলো মাদকতা ভৰা ছবিখনি,,, পলকতে বাট ধৰা হাঁহিলে মুকুতা সঁৰা ক্ষণে ক্ষণে শিহৰিত আজি মোৰ কবিতাটি,,, পূজিছো তোমাকেই মোৰ চেনেহী মৰমৰ চিঞাহী মোৰ প্ৰনামী...।।। যৌৱন অধৰত তোমাৰ পৰশত জীপাল কৰি হিয়া আৱেগৰ পথাৰত হেঙুলী আভাসত উতনুৱা মন দলিচা খোজে খোজে বিচাৰো আল্পনা তোমাৰ শাৰদী জোনাকী নিশা,,, আলফুলে দুহাতে লাজুকী চাৱনিৰে বুলাবা মায়াবী তৃষা... তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম ল'বলৈ তুমি জানো আহিবা মোৰ আউসীৰ নীৰৱ ৰাতি অনুভৱ বুটলিবলৈ...!!! যৌৱন অধৰত তোমাৰ পৰশত জীপাল কৰি হিয়া আৱেগৰ পথাৰত হেঙুলী আভাসত উতনুৱা মন দলিচা