মৰাণৰ বিৰিণা হুঁচৰি দলৰ বিশেষ প্ৰদৰ্শন | Birina Husori Dal Moran | Dibrugarh Bihu 2026
Anupom Bitupon
0:00 / 0:00
মৰাণৰ বিৰিণা হুঁচৰি দলৰ বিশেষ প্ৰদৰ্শন | Birina Husori Dal Moran | Dibrugarh Bihu 2026
7 373 просмотра · 5 месяцев назад
Anupom Bitupon
1 млн подписчиков
7 373 просмотра · 5 месяцев назад
মৰাণৰ বিৰিণা হুঁচৰি দলৰ বিশেষ প্ৰদৰ্শন | Birina Husori Dal Moran | Dibrugarh Bihu 2023
#Birina_Husori_Dol_Moran
#MoranBihuGroup
#BirinaBihuDal2026
#husoricompetition
নমস্কাৰ বন্ধুসকল,
আজিৰ ভিডিওটোত আপোনালোকে দেখিবলৈ পাব মৰাণৰ অন্যতম সুপৰিচিত বিহু দল 'বিৰিণা হুঁচৰি দল'-ৰ এক সুন্দৰ প্ৰদৰ্শন। ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত "কেন্দ্ৰীয় ৰঙালী উৎসৱ" ৰ মঞ্চত তেওঁলোকে নিজৰ বিহুৰ পৰম্পৰা অতি নিপুণভাৱে দাঙি ধৰি দৰ্শকক আপ্লুত কৰে।
প্ৰতিযোগিতাত জয়-পৰাজয় থাকেই, কিন্তু মৰাণৰ পৰা আহি এনেদৰে মঞ্চ কঁপাই তোলাটোৱেই দলটোৰ সৰ্বশ্ৰেষ্ঠ পৰিচয়। আমাৰ বাপতিসাহোন বিহুটি এনেদৰে জীয়াই ৰখাৰ বাবে এই দলসমূহৰ শ্ৰম অতুলনীয়। তেওঁলোকৰ এই বিহু প্ৰদৰ্শন উপভোগ কৰক।
Hello friends,
In this video, watch the energetic performance of the well-known 'Birina Husori Group' Moran. At the Central Rongali Utsav 2023 in Dibrugarh, they presented the authentic essence of Bihu with great passion and skill.
Winning a trophy is a part of the journey, but their dedication to keeping our roots alive is the real achievement. Enjoy this wonderful display of tradition!
Birina Husori Dal Moran
Moran Bihu Group
Birina Bihu Dal 2026
Dibrugarh Bihu Competition
Assamese Bihu Video
Central Rongali Utsav 2026
Traditional Bihu Performance
মৰাণৰ বিৰিণা হুঁচৰি দল
আমাৰ ফেচবুক পেজৰ লিংক / 1cqulepfrs
আমাৰ Instagram ৰ লিংক https://www.instagram.com/anupombitup...